05/06/2024
মাননীয় শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ নেতা হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে যশস্বী নেতা মাননীয় মোদী ডাঙৰীয়াৰ তৃতীয়টি কাৰ্যকালত প্ৰগতিৰ দিশত উন্নয়নেৰে ভাৰতবৰ্ষই এক নৱযুগৰ সূচনা কৰিব৷
Our best wishes to Adarniya Narendra Modi Ji on being unanimously elected as the Leader of the National Democratic Alliance. His third term as Prime Minister will usher in a new era of progress for Bharat, built upon a decade of reforms and good governance.