Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra

Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra Siu-Ka-Pha Samanway Kshetra is situated in Jorhat and its a major tourist attraction of upper Assam This kingdom lasted for more than 600years .

The Great Tai Prince, Swargadeo Chaolung Siu-Ka-Pha, entered Assam on 2nd December 1228 and established the Ahom Kingdom by declaring Che-rai-doi as the capital, in the year 1253 A.D. This kingdom covered the whole of Brahmaputra valley within a short span of time. The Britishers annexed the kingdom in 1826 temporarily . But in 1836 they completely subjugated the whole state and the state became d

ependent till 1947. The Tai people under the leadership of 39 kings formed a united nationality known as Assamese. An unified language (Assamese) came up and now it is the state language of Assam. A cultural unity emerged which is significant within Indian Culture.

কালি, ৩১জানুৱাৰী ২০২৬, মে-ডাম-মে-ফীৰ উপলক্ষ্যে  স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্র সমাজৰ উদ্যোগত  সদৌ অসম ভিত্তিত ...
01/02/2026

কালি, ৩১জানুৱাৰী ২০২৬, মে-ডাম-মে-ফীৰ উপলক্ষ্যে
স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্র সমাজৰ উদ্যোগত সদৌ অসম ভিত্তিত প্ৰাইজমনি চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা দুখন সুকলমে অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট সমাজকৰ্মী তথা বিশিষ্ট ব্যৱসায়িক অৰুণ বৰপাত্ৰগোহাঞি, বিশিষ্ট সাংবাদিক যোগেশ ওজা, ৰমেন শইকীয়া, অমৰ বৰুৱা, সমন্বয় ক্ষেত্ৰৰ প্ৰশাসনিক অধীক্ষক লক্ষ্যহীৰা বড়া আৰু লগতে উপস্থিত থাকে দুয়োখন প্ৰতিযোগিতাৰ সন্মানীয় বিচাৰকসকল - ৰচনা প্ৰতিযোগিতাৰ বিচাৰক ক্ৰমে যোৰহাট জিলা সংগ্ৰহালয় বিষয়া অবন্তিকা পৰাশৰ, সন্মানীয় শিক্ষয়িত্ৰী মন্দিৰা শইকীয়া আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট চিত্ৰশিল্পী পৰিক্ষীত বৰুৱা। অনুস্থানটিত বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতি আৰু মন্তব্যয়ে একমাত্ৰা প্ৰদান কৰে।

দিনজোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিত বিভিন্ন স্থানৰ পৰা অহা অতিথি সকলৰ আগমনে আমাক উৎসাহ যোগালে। শেষত প্ৰতিযোগিতা দুখনত অংশ গ্ৰহণ কৰা প্ৰতিযোগী আৰু পুৰস্কাৰ পাবলৈ সক্ষম হোৱা প্ৰতিযোগী সকললৈ শুভকামনা আৰু ধন্যবাদ জনাই আগন্তুক দিনত পুনৰ সকলোৰে সহযোগিতা বিচাৰিছো।

চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল:
প্ৰথম স্থান- বেদ্যাৰ্ঘ্য দেৱ প্ৰাণ শইকীয়া, কাৰ্মেল স্কুল #।
দ্বিতীয় স্থান- য়ৰ্চৰাজ দত্ত, জোনাকী সঙ্ঘ বিদ্যালয় #।
তৃতীয় স্থান- ঋষিকেশ দাস, অসম ৰাইফল পাব্লিক স্কুল।
উদগণি মূলক- অভিনৱ ৰাজখোৱা # আৰু ইষাণী পূজাৰী।

ৰচনা প্ৰতিযোগিতাৰ ফলাফল-
প্ৰথম- ৰাহুল বৰুৱা #, দেৰগাওঁ জাতীয় বিদ্যালয়।
দ্বিতীয়- ভাগ্যজ্যোতি বৰা, শংকৰদেৱ চেমিনাৰী, যোৰহাট।
তৃতীয়- সমুদ্ৰ গগৈ, জোনাকী সংঘ বিদ্যালয়।

স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ সমাজৰ উদ্যোগত পবিত্ৰ মে-ডাম-মে-ফী উদ্‌যাপন,২০২৬The Swargadeo Chaolung Siu-Ka-Ph...
31/01/2026

স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ সমাজৰ উদ্যোগত পবিত্ৰ মে-ডাম-মে-ফী উদ্‌যাপন,২০২৬

The Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra Samaj solemnly observed the sacred Me-Dam-Me-Phi, 2026, upholding the rich traditions, values, and ancestral reverence of the Tai Ahom community

Me-Dam-Me-Phi stands as a symbol of deep respect for ancestors and a reminder of the cultural roots that shape identity, unity, and continuity across generations. The observance reflected a spirit of remembrance, harmony, and cultural pride, reinforcing the timeless legacy of Swargadeo Chaolung Siu-Ka-Pha

Such occasions reaffirm the commitment of the Samanway Kshetra to preserve, promote, and pass on Assam’s invaluable cultural heritage to future generations

📍 Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra, Jorhat
— Preserving Tradition | Honouring Ancestors | Inspiring Generations

Republic Day Flag Hoisting at Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra Republic Day of India was solemnly observed...
26/01/2026

Republic Day Flag Hoisting at Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra

Republic Day of India was solemnly observed at the Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra, marked by the hoisting of the National Flag in an atmosphere of pride, unity, and respect for the Constitution of India

The occasion reflected the true spirit of the Republic — honouring the values of democracy, unity, and integrity that bind our nation together. The gathering paid tribute to the sacrifices of those who shaped and safeguarded our country, while also reaffirming our collective responsibility towards the nation

Such moments strengthen our commitment to preserving not only our rich cultural heritage but also the ideals that define India as a Republic

📍 Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra, Jorhat
— Honouring the Nation | Upholding Unity | Inspiring Generations

🌼 Saraswati Puja Day at Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra 🌼On the occasion of Saraswati Puja (23-01-2026), ...
24/01/2026

🌼 Saraswati Puja Day at Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra 🌼

On the occasion of Saraswati Puja (23-01-2026), Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra witnessed a large and cheerful footfall of visitors from different places

Many people chose the Kshetra as a peaceful and welcoming space to spend the day with family and friends. The serene surroundings, open spaces, Museum, Art Gallery, and overall ambience added to the festive spirit of the day

We sincerely thank all the visitors for their presence and for making the day lively and memorable. Your continued support and love encourage us to keep the Kshetra open as a space for learning, reflection, and togetherness

📍 Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra, Jorhat
— Preserving Legacy | Inspiring Generations

21/01/2026

স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ (সমাজ)ৰ উদ্যোগত মে-ডাম-মে-ফী উপলক্ষ্যে সদৌ অসম ভিত্তিত ৰচনা ও চিত্ৰাংকন প্ৰতিযো...
10/01/2026

স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ (সমাজ)ৰ উদ্যোগত মে-ডাম-মে-ফী উপলক্ষ্যে সদৌ অসম ভিত্তিত ৰচনা ও চিত্ৰাংকন প্ৰতিযোগিতা
স্থান: স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ, ম'হবন্ধা, যোৰহাট (অসম)
দিনাংক: ৩১ জানুৱাৰী,২০২৬
ৰচনা প্ৰতিযোগিতাৰ নিয়মাৱলী:
বিষয়: মে-ডাম-মে-ফী আৰু টাই আহোম সমাজ
সময়: ১ঘণ্টা
সৰ্বাধিক ৫০০ শব্দৰ ভিতৰত হ'ব লাগিব
ৰচনা খন অসমীয়া বা ইংৰাজী মাধ্যমত হ'ব লাগিব
প্ৰতিযোগিতাত সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব
সকলো প্ৰতিযোগীৰ বাবে A4 পেপাৰ যোগান ধৰা হ'ব।
প্ৰতিযোগী সকলে তেওঁলোকৰ নিজা কলম আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সমূহ
পৰিচয় পত্ৰ আনিব লাগিব।
বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব
পুৰষ্কাৰ সমূহ:
প্ৰথম পুৰষ্কাৰ- ৩০০০.০০ টকা
দ্বিতীয় পুৰষ্কাৰ- ২০০০.০০ টকা
তৃতীয় পুৰষ্কাৰ- ১০০০.০০ টকা
(লগত মানপত্ৰ থাকিব)
যোগদান মাচুল- ৫০.০০ টকা

চিত্ৰাংকন নিয়মাৱলী:
বিষয়বস্ত: অসমৰ যিকোনো এটা উৎসৱ
প্ৰতিযোগিতাত পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব।
সকলো প্ৰতিযোগীৰ বাবে আৰ্ট পেপাৰ যোগান ধৰা হ'ব।
প্ৰতিযোগী সকলে তেওঁলোকৰ নিজা পেঞ্চিল, ৰবৰ, ৰং, ব্ৰাছ, প্লেট আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সমূহ
পৰিচয় পত্ৰ আনিব লাগিব।
বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব।
পুৰষ্কাৰ সমূহ:
প্ৰথম পুৰষ্কাৰ- ৩০০০.০০ টকা
দ্বিতীয় পুৰষ্কাৰ- ২০০০.০০ টকা
তৃতীয় পুৰষ্কাৰ- ১০০০.০০ টকা
(লগত মানপত্ৰ থাকিব)
যোগদান মাচুল- ৫০.০০ টকা
স্থান: ছ্যুকাফা প্ৰেক্ষাগৃহ, স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ, ম'হবন্ধা, যোৰহাট,অসম
সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক - ৯৩৬৫৫৬১৯৫৪, ৯৩৯৫৫৯৬৪৭৫

✨ “Udaan” – A Celebration of Vision, Leadership & Collective Strength ✨The Akhil Bharatiya Marwari Mahila Sammelan, Assa...
08/01/2026

✨ “Udaan” – A Celebration of Vision, Leadership & Collective Strength ✨

The Akhil Bharatiya Marwari Mahila Sammelan, Assam Pradesh successfully organised its two-yearly state convention “Udaan” at the Swargadeo Chaolung Siu-Ka-Pha Auditorium, bringing together members from across the state in a vibrant and purposeful gathering

The program reflected the spirit of empowerment, cultural unity, and progressive dialogue, with engaging sessions, cultural presentations, and meaningful interactions. The well-organised convention created an inspiring platform for discussion, collaboration, and collective growth

We are pleased that the Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra could serve as the venue for this significant event and extend our best wishes to the Akhil Bharatiya Marwari Mahila Sammelan for continued success in their endeavours

📍 Swargadeo Chaolung Siu-Ka-Pha Auditorium, Jorhat
— A space for dialogue, culture, and meaningful gatherings

08/01/2026

Address

Jorhat

Opening Hours

Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm
Sunday 10am - 5pm

Alerts

Be the first to know and let us send you an email when Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Museum

Send a message to Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra:

Share

Category