Beenapani KalaNiketan

Beenapani KalaNiketan This institution of learning Fine Arts & Vocal affiliated to SSSP Kolkata & PKK Chandigarh. Founded by BAPDHAN KALITA in 2009.

The institution is one of its branch is inTezpur University Campus&second one is in Chitralekha Nagar, Tezpur, Assam.

মোৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ সাধ্য অনুসাৰে আমাৰ হিয়াৰ আমঠু  #জুবিনগাৰ্গৰ প্ৰতিকৃতি আঁকিবলৈ চেষ্টা কৰিছে,তেওঁলোকক...
01/12/2025

মোৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ সাধ্য অনুসাৰে আমাৰ হিয়াৰ আমঠু #জুবিনগাৰ্গৰ প্ৰতিকৃতি আঁকিবলৈ চেষ্টা কৰিছে,তেওঁলোকক বহুত মৰম আৰু শুভাশীষ জনালোঁ❤️😊(প্ৰতিকৃতি কেইখনত বহুতো ভূল ক্ৰটি ৰৈ গৈছে, নিজৰ ল'ৰা-ছোৱালী বুলি সকলোৱে আদৰি লব)

 #বীনাপাণিকলানিকেতন,তেজপুৰৰ ২০২৪-২৫ বৰ্ষৰ বাৰ্ষিক ব্যৱহাৰিক পৰীক্ষাটি যোৱা ২৫ মেত তেজপুৰ বিশ্ববিদ্যালয়ত পৰীক্ষক Alaka Sa...
01/06/2025

#বীনাপাণিকলানিকেতন,তেজপুৰৰ ২০২৪-২৫ বৰ্ষৰ বাৰ্ষিক ব্যৱহাৰিক পৰীক্ষাটি যোৱা ২৫ মেত তেজপুৰ বিশ্ববিদ্যালয়ত পৰীক্ষক Alaka Sarma বাইদেউ আৰু আজি ১জুনত তেজপুৰত পৰীক্ষক #বিপুলবৰা ডাঙৰীয়াৰ তত্ত্বাবধানত সুকলমে পাৰ হৈ যায়,বীনাপাণি কলা নিকেতন তেজপুৰৰ তৰফৰ পৰা আমি শ্ৰদ্ধাৰ পৰীক্ষকদ্বয়ক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

 #বীণাপানিকলানিকেতন,তেজপুৰৰ চতুৰ্থ বৰ্ষৰ ছাত্র  #বৰ্নিলবৈশ্যৰ গৌৰৱেৰে ..😊মোৰ ছাত্র  #বৰ্নিলে যোৱাকালি ঘোষণা কৰা ভাৰত চৰক...
14/06/2024

#বীণাপানিকলানিকেতন,তেজপুৰৰ চতুৰ্থ বৰ্ষৰ ছাত্র #বৰ্নিলবৈশ্যৰ গৌৰৱেৰে ..😊
মোৰ ছাত্র #বৰ্নিলে যোৱাকালি ঘোষণা কৰা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ চিত্ৰকলা বিষয়ত -24 পাবলৈ সক্ষম হয়,তেওঁক নিকেতনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ, সদায় আগুৱাই যোৱা মোৰ শুভাশীষ সদায় থাকিব😊❤️

দেওবৰীয়া হাঁহি ফুলবোৰ😊♥️💚😊
09/07/2023

দেওবৰীয়া হাঁহি ফুলবোৰ😊♥️💚😊

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when Beenapani KalaNiketan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category