28/02/2026
যোৰহাট বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহ আৰু যোৰহাট জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ সমূহৰ উদ্যোগত তথা ইলোৰা বিজ্ঞান মঞ্চ যোৰহাট শাখা আৰু হিমাংশু জ্যোতি নেওগ সোঁৱৰণী সাহায্য নিধিৰ সহযোগত আজি বিজ্ঞান কেন্দ্ৰৰ প্ৰাংগণত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়।